asomipune

Mesmerizing Assam

Assam, land of the mighty Brahmaputra, Where nature’s bounty flows in abundance, Tea gardens sprawling across the hills, And rainforests thriving with exuberance. The rhino roams free in Kaziranga, Elephants march through the lush green, The one-horned beauty is a wonder, And the mighty elephant, a sight to be seen. The Bihu dance is a […]

Share This :

Mesmerizing Assam Read More »

SOMETHING UNFORESEEN

Something unforeseen Is frequently seen. The great luminous knocks at the door More often than ever before. A few broken clouds Wrestle in vain in the blue sky above. Like roasted beans in a box Fragility is nailed into coffins. Thrashing millions into disposition, Who ignites the stick in the great wilderness? Too deep the

Share This :

SOMETHING UNFORESEEN Read More »

বুলবুল

স্কুলত মোৰ এগৰাকী বান্ধৱী আছিল। নাম তাইৰ বুলবুল।প্ৰতিটো শ্ৰেণীতে দুই তিনিবাৰ ফেল কৰিহে ওপৰ শ্ৰেণীলৈ উঠিছিল। সেইবাবেই তাইক আমি ফেলৰি বুলিয়েই মাতিছিলো। সেইবুলি কলে তাই লাজো নাপাই, বেয়াও নাপাই। সেইদিনাৰ কথা। আমাৰ বুৰঞ্জীৰ পৰীক্ষা আছিল। এই শ্ৰেণীটোত বুলবলৰ তিনিবছৰ হল।এইবাৰ পাচ নকৰিলে স্কুলৰ পৰা খেদা খাব লাগিব। মই এই শ্ৰেণীটোতে বুলবুলক লগ পাইছোহি।আমাৰ ঘৰৰ ওচৰৰে

Share This :

বুলবুল Read More »

অব্যক্ত বেদনা__

‘…হেৰা! বাবাটোৰ জ্বৰখন আকৌ উঠিছে দেখোন। মূৰত ঠাণ্ডা পানীৰ পতি দি দিওঁ দিয়া। জ্বৰ কমা ঔষধটো। … সি বৰ কষ্ট পাইছেঅ’। …ইচ্! ৰাতিপুৱাই চাইকেলখনৰ পাচচকাত হাৱাই নাই। বাবাটোৰ স্কুল পোৱাৰ সময় পাৰহৈ যাবগৈ। হাৱা দিয়া পামটোবা ক’ত। …বাবাটোক ভালেখিনি পইচাৰ দৰকাৰ হৈছে। চহৰত থাকি পঢ়িছে যে সি। …হ’ব দিয়া কিবা এটা ব্যৱস্থা কৰিব লাগিব। দুদিনমান

Share This :

অব্যক্ত বেদনা__ Read More »

নিৰাপদ

আজি জুৰিৰ ভনীয়েকৰ বিয়া।ছমাহৰ আগতে আঙঠি পিন্ধোৱাৰ পৰ্ব হৈ গৈছে, তেতিয়া লৈকে তাইৰ গাত ততেই নাছিল,বেকাৰীত গৈ কেক অৰ্ডাৰ দিয়া, মানুহ মতা,ভাত ৰান্ধিবলৈ ৰান্ধনী ঠিক কৰা সকলো বোৰ তাইয়েই কৰিছিল।ভায়েক এটা আছে তাইৰ সি সৰু বুলিয়েই একো কৰিবলৈ নিদিয়ে। দেউতাকৰ সময়ে নাথাকে, মাকৰ ঘৰৰ কামৰ পৰা আজৰি নাই, ভনীয়েকৰো চাকৰিৰ চুটি নাই।

Share This :

নিৰাপদ Read More »

শুদ্ধ আন্তৰিকতা আৰু বিহু নিমন্ত্ৰণ

(ক) জীৱনৰ সোণালী দিন বুলিলে স্কুলীয়া দিনবোৰলৈ মনত পৰে য’ত থাকে অকৃত্ৰিম হাঁহি, ভালপোৱা, নিভাঁজ সুখৰ সঁফুৰা। মনৰ বোজা নোহোৱা মন এটি লৈ স্কুলীয়া জীৱনৰ পাতনি। শিশু এটিৰ বৌদ্ধিক বিকাশৰ চাবিকাঠী নিৰ্মাণ হয় স্কুলীয়া জীৱনৰ পৰাই। বন্ধুত্বৰ আবদাৰ, এনাজৰী, দুষ্টালি সকলো মানৱীয় সহজাত প্ৰবৃত্তিবোৰ ঠন ধৰি উঠি পৰৱৰ্তী সময়ছোৱাত মানুহক জীপাল কৰে স্মৃতিৰ সঁফুৰাৰে নিজৰ

Share This :

শুদ্ধ আন্তৰিকতা আৰু বিহু নিমন্ত্ৰণ Read More »

স্মাৰ্টফোন, শিশু আৰু ল’বলগীয়া সাৱধানতা

আজিৰ এই ব্যস্ত সমাজখনত স্মাৰ্ট ফোনটো আমাৰ দেহৰ এটা অংগ যেন হৈ পৰিছে । কাৰণ স্মাৰ্ট ফোন এটা হাতত নোহোৱাকৈ যেন আমাৰ দৈনন্দিন জীৱনটো অচল হৈ পৰিব । এটা স্মাৰ্টফোন আৰু ইণ্টাৰনেটৰ মাধ্যমেৰে যেন আপুনি এই বিশাল পৃথিৱীখনক তেনেই সৰু কৰি পেলাইছে । আপোনাৰ দৈনন্দিন লাগতিয়াল কামবোৰ যেন অতি কম সময়ৰ ভিতৰতে সহজে সম্পূৰ্ণ হৈ

Share This :

স্মাৰ্টফোন, শিশু আৰু ল’বলগীয়া সাৱধানতা Read More »

COP 26, কাৰ্বনৰ শূণ্য নিৰ্গমন আৰু প্ৰত্যাহ্বান

আহিনমহীয়া ৩৮ ডিগ্ৰী চেলচিয়াছ উচ্ছতাৰ তীব্ৰ গৰমত দহি আমি নাতিশীতোষ্ণ ৰাজ্যৰ বাসিন্দাসকলে গ্লাচগ’ত অনুষ্ঠিত হোৱা পৃথিৱীৰ সৰ্ববৃহৎ জলবায়ু সন্মিলন COত্ন চ্ছ-ত সমৱেত হোৱা বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষস্থানীয় নেতাসকলৰ মুখলৈ আগ্ৰহেৰে বাট চাই আছোঁ–কিবা আশাৰ বতৰা যেন আহিব৷ জলবায়ু পৰিৱৰ্তনৰ লক্ষণসমূহ লাহে লাহে আমাৰ সন্মুখত স্পষ্ট হৈ ফুটি উঠিছে৷ পৃথিৱীৰ বিভিন্ন দেশত আনকি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যতো

Share This :

COP 26, কাৰ্বনৰ শূণ্য নিৰ্গমন আৰু প্ৰত্যাহ্বান Read More »

ব্যক্তিত্ব বিকাশ, চৰিত্ৰ গঠন আৰু সমাজ ব্যৱস্থা

সম্প্ৰতি আধুনিকতাৰ মেৰপেচত সোমাই কৃত্ৰিম হৈ পৰা মানৱ সমাজখনত ব্যক্তিৰ চৰিত্ৰ গঠনেৰে এখন সুস্থ-সবল সমাজ গঢ় দিয়াটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে৷ ব্যক্তিত্ব বিকাশ আৰু চৰিত্ৰ গঠন দুয়োটা সুকীয়া বস্তু৷ চৰিত্ৰ গঠন নকৰাকৈ ব্যক্তিত্ব বিকাশ কৰিব পাৰি, কিন্তু তাৰ পৰা এগৰাকী পৰিপূৰ্ণ মানৱ পোৱাটো সম্ভৱ নহয়৷ যি কোনো পৰিস্থিতিতে সমাজ-সংস্কৃতিৰ প্ৰগতিৰ হকে চিন্তা কৰা, ধৰ্মীয় গোড়ামী

Share This :

ব্যক্তিত্ব বিকাশ, চৰিত্ৰ গঠন আৰু সমাজ ব্যৱস্থা Read More »

জেঠাই, ড° নিৰ্মলপ্ৰভা বৰদলৈৰ সান্নিধ্যৰ কিছুমান স্মৃতিৰ ৰোমন্থন

ড° নিৰ্মলপ্ৰভা বৰদলৈ, নামেই যাৰ পৰিচয়! সাহিত্য একাডেমি বঁটা বিজয়ী সাহিত্যিক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা, “সৰস্বতী“ উপাধিৰে বিভূষিতা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী, শিশুসকলৰ মৰমৰ “নীলা বাইদেউ“ আৰু কত যে কি !

Share This :

জেঠাই, ড° নিৰ্মলপ্ৰভা বৰদলৈৰ সান্নিধ্যৰ কিছুমান স্মৃতিৰ ৰোমন্থন Read More »