assamese poem

সমন্বয়

বিহু বিহু বুলি সৰুতে আনন্দত দৌৰি ফুৰা দিনবোৰ জানোবা কেতিয়াবা ঘূৰাই পাম! মাৰ পৰা এখন পিঠা, পেহিৰ পৰা দুখন পিঠা গোটাই যে পকেটত লৈ ফুৰিছিলো আকৌ দৌৰা মাৰিছিলো তপনৰ ঘৰলৈ, খূৰিয়ে মৰমতে দিয়া নাৰিকলৰ লাড়ু আৰু যে ক’ত কি সাঙুৰিছিলো, মোৰ বাৰুকৈয়ে মনত পৰে, কোনোবাই যে কৈছিল, তপনৰ ঘৰত নাযাবলৈ মানুহবোৰ হেনো নাযায় তাহাতৰ ঘৰলৈ। […]

Share This :

সমন্বয় Read More »