‘…হেৰা! বাবাটোৰ জ্বৰখন আকৌ উঠিছে দেখোন। মূৰত ঠাণ্ডা পানীৰ পতি দি দিওঁ দিয়া। জ্বৰ কমা ঔষধটো। … সি বৰ কষ্ট পাইছেঅ’।
…ইচ্! ৰাতিপুৱাই চাইকেলখনৰ পাচচকাত হাৱাই নাই। বাবাটোৰ স্কুল পোৱাৰ সময় পাৰহৈ যাবগৈ। হাৱা দিয়া পামটোবা ক’ত।
…বাবাটোক ভালেখিনি পইচাৰ দৰকাৰ হৈছে। চহৰত থাকি পঢ়িছে যে সি। …হ’ব দিয়া কিবা এটা ব্যৱস্থা কৰিব লাগিব। দুদিনমান আলুপিতিকা ভাত খাম দিয়া।’
― ‘হেৰি! হেৰি! উঠক উঠক। আজি আশ্ৰমত আমাৰ প্ৰথম দিন। কাহিলি পুৱাতে আপুনি মুখৰে কি ভোৰ ভোৰাই আছে।’
About the Author :
ডাঃ অমল শইকীয়া