সাম্প্ৰতিক সময়ৰ বিশ্বায়নী বিহুৰ ওপৰত এখন ৰচনা
বিশ্বায়ন নামৰ ট্ৰাকখনৰ পিছফালে ওলমি গৈ পৃথিৱীৰ লোককৃষ্টি (লোক সংস্কৃতি) য়ে দেখাত এখন বহল বিশ্বৰ প্ৰান্তৰত চলাফুৰা কৰিছে সঁচা কিন্তু লগে লগে অস্তিত্ব আৰু স্বকীয়তাও গভীৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে। বজাৰৰ নিৰ্দেশ মানি উপভোক্তাৰ ৰুচি নিৰ্মাণ কৰি সেইমতে উপভোক্তাৰ চাহিদা পূৰণৰ বাবে সাংস্কৃতিক পন্যৰ মাজত বিভিন্ন উপাদানৰ সংমিশ্ৰণ ঘটাই নতুন সোৱাদৰ প্ৰডাক্ট বজাৰত মেলি দিছে। বিশ্বায়নৰ […]
সাম্প্ৰতিক সময়ৰ বিশ্বায়নী বিহুৰ ওপৰত এখন ৰচনা Read More »