Assamese Articles

সাম্প্ৰতিক সময়ৰ বিশ্বায়নী বিহুৰ ওপৰত এখন ৰচনা

বিশ্বায়ন নামৰ ট্ৰাকখনৰ পিছফালে ওলমি গৈ পৃথিৱীৰ লোককৃষ্টি (লোক সংস্কৃতি) য়ে দেখাত এখন বহল বিশ্বৰ প্ৰান্তৰত চলাফুৰা কৰিছে সঁচা কিন্তু লগে লগে অস্তিত্ব আৰু স্বকীয়তাও গভীৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে। বজাৰৰ নিৰ্দেশ মানি উপভোক্তাৰ ৰুচি নিৰ্মাণ কৰি সেইমতে উপভোক্তাৰ চাহিদা পূৰণৰ বাবে সাংস্কৃতিক পন্যৰ মাজত বিভিন্ন উপাদানৰ সংমিশ্ৰণ ঘটাই নতুন সোৱাদৰ প্ৰডাক্ট বজাৰত মেলি দিছে। বিশ্বায়নৰ […]

Share This :

সাম্প্ৰতিক সময়ৰ বিশ্বায়নী বিহুৰ ওপৰত এখন ৰচনা Read More »

লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টিত বিহু আৰু…

‘‘Attended by numbers of dancing girls, who pause from time to time to exhibit their wanton movements, and charm the audience with lascivious songs…’’– প্ৰসিদ্ধ ইংৰাজ সাহিত্যিক ৰবিনছনে তাহানিতে, ১৮৪১ চনত প্ৰকাশ পোৱা ‘‘A Descriptive Account of Assam’’ গ্ৰন্থত বিহুনাম আৰু বিহুনাচক যৌন আবেগ-উদ্দীপক, উচ্ছৃংখল, অসংযত আদি বুলি ককৰ্থনা কৰিছিল৷ অসমীয়া সাহিত্যৰ ইতিহাসে ক’ব খোজে

Share This :

লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টিত বিহু আৰু… Read More »

E-Bihu-এক নতুন অভিজ্ঞতা

যিকোনো ক্ষেত্ৰতে প্ৰথম অভিজ্ঞতা সদায়ে খুউব ৰোমাঞ্চকৰ হয় । পুনেৰ পৰা ভণ্টিয়ে খবৰ দিলে “অ’ই অসমী ,পুনেৰ উদ্যোগত আমি এইবাৰ E-Bihu পাতিবলৈ লৈছোঁ চাবিচোন । Teaser টো পঠিয়াইছো চা।” হ’লোৱেই নহয় excited. Teaser চাইয়ে গম পালোঁ যে  picture pura hit hone wale hain.

Share This :

E-Bihu-এক নতুন অভিজ্ঞতা Read More »